ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে আজি সপ্তদশ লোকসভা ভংগ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক ততালিকে কাৰ্যকৰী হোৱাকৈ সপ্তদশ লোকসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।
Site Admin | June 5, 2024 7:23 PM | 17th Lok Sabha Ressolved

গোপনীয়তা নীতি | কপিৰাইট © 2025 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 12th Jan 2025 | ভিজিটৰ্ছ: 1480625