August 12, 2024 11:53 AM | Assam CM

printer

সচিবালয়ৰ আন্তঃগাঁথনিত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ সচিবালয়ৰ আন্তঃগাঁথনি উন্নয়নত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অসম বিধানসভা লাইভ ষ্টুডিঅ’, নেচনেল ই-বিধান এপ্লিকেশ্বন চমুকৈ নেভা সেৱা কেন্দ্ৰ, অসম বিধানসভাৰ মূল সভাকক্ষ, আৰু কুইনছ লন আছে। দিনৰ ১২ বজাত হ’বলগীয়া এই কাৰ্যসূচীত বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকিব। এই নেভা সেৱা কেন্দ্ৰ উদ্বোধনীৰ পিছতে পি এ আৰু পি এছ বিষয়ক প্ৰশিক্ষনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক