সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই জাগীৰোডত নির্মীয়মান অৱস্থাত থকা মিনি ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহ তথা জাগীৰোড শাখা সাহিত্য সভাৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে।
Site Admin | August 25, 2024 8:54 PM | Pijush Hazarika
সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ জাগীৰোডত নির্মীয়মান মিনি ষ্টেডিয়াম পৰিদৰ্শন
