ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2025 8:05 PM | Vice President

printer

সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা : উপ-ৰাষ্ট্ৰপতি

সংবিধানৰ বিষয়বস্তু নিৰ্ধাৰণৰ ক্ষেত্ৰত জন প্রতিনিধিসকল প্রকৃত হোতা বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদ সৰ্বোচ্চ বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, যে সংবিধানত সংসদৰ ঊৰ্ধত কোনো কৰ্তৃপক্ষৰ কল্পনা কৰা হোৱা নাই। শ্রীধনখড়ে কয়, যে জনসাধাৰণে সংবিধানৰ অধীনত নিজৰ আশা-আকাংক্ষা আৰু ইচ্ছাক প্রতিফলিত কৰাৰ বাবে প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু নিৰ্বাচনৰ সময়ত এই প্রতিনিধিসকলক জৱাবদিহি কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক