প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৰেন্স ৱঙক ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে ভাৰত-ছিংগাপুৰ কৌশলগত সহযোগিতাক অধিক আগবঢ়াই নিয়াৰ বাবে শ্ৰীৱঙৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্রহী বুলি প্ৰকাশ কৰে৷
Site Admin | May 16, 2024 11:11 AM | New PM
লৰেন্স ৱং ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিনন্দন
