লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে ৩ মে’ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব ।
Site Admin | April 26, 2024 11:40 AM | 5th phase election
লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি
