সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত তথা যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত এটা কাৰাটে একাডেমী উদ্বোধন কৰা হয়। সন্থাটোৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত জিলা কাৰাটে সন্থাৰ বিষয়ববীয়াকে ধৰি জিলাখনৰ ক্ৰীড়া সংগঠক তথা ছাত্র-ছাত্রী উপস্থিত থাকে।
Site Admin | May 15, 2024 8:05 PM | Jorhat
যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত যোৰহাট ষ্টেডিয়ামত কাৰাটে একাডেমী উদ্বোধন
