ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী ৰামদাস আঠাৱালেই কালি মুম্বাইত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাড়নাৱিছৰ সৈতে আসন্ন বিধানসভা নিৰ্বাচনত আসনৰ ভাগ- বটোৱাৰাক লৈ আলোচনা কৰে। মহাৰাষ্ট্ৰৰ সৈতে জড়িত ভালেমান ৰাজনৈতিক তথা উন্নয়নমূলক আলোচনাই বৈঠকত স্থান পায়।
Site Admin | October 22, 2024 2:57 PM