ভাৰতৰ এইছ এছ প্রণয়ে কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বর্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন য়াঙক ২১–১২, ১৭– ২১, ২১-১৫ গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেং লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | January 8, 2025 8:45 PM | Badminton open | HS Prannoy | Indian Sports
মালয়েছিয়া অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইছ এছ প্রণয়
