June 30, 2024 5:12 PM | Mann Ki Baat

printer

মাতৃৰ সৈতে এটি গছপুলি ৰোপণ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

এইবেলি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আৰম্ভ কৰা এক পেড় মা কে নাম নামৰ বিশেষ অভিযানৰ কথা উল্লেখ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰে জনসাধাৰণক মাতৃৰ সৈতে এটি গছপুলি ৰোপণ কৰিবলৈ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, এই অভিযানে প্রত্যককে মাতৃৰ প্ৰতি মৰম ভালপোৱা প্ৰকাশত সুযোগ প্ৰদান কৰিছে। এই অভিযানে আই ধৰিত্ৰীক সুৰক্ষিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে, ভাৰতত যোৱা দশকত বনভূমিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে। তেওঁ কয় যে, অমৃত মহোৎসৱৰ সময়ত সমগ্ৰ দেশত ৬০ হাজাৰৰো অধিক অমৃত সৰোবৰ বিকশাই তোলা হৈছে।

অধিক পঢ়ক

সকলো চাওক