কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা নব্য ভাৰত সাক্ষৰতা অভিযানৰ অংশ হিচাপে দেশৰ অনান্য প্ৰান্তৰ লগতে কালি মাজুলী জিলাৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। এই লোকসকলক স্বেচ্ছাসেৱক শিক্ষকৰ দ্বাৰা দীৰ্ঘদিনীয়াকৈ পাঠদান দিয়াৰ পাছত তেওঁলোকক মূল্যায়ন পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয়।
Site Admin | September 23, 2024 12:34 PM | Akashvani | Majuli
মাজুলীৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত
