ডাউনলোড
মোবাইল এপ

android apple
signal

মাজুলীত দেওবাৰৰ পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে।

নাট সমাৰোহৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ৰূপালীম নাটখন নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমীয়ে মঞ্চস্থ কৰে।

আজি সন্ধিয়া অসীম কুমাৰ নাথৰ পৰিচালনাত মাণিক সোণোৱালৰ নাট বগলী বগা ফোঁট দি যা মঞ্চস্থ কৰা হ’ব।

 

অধিক পঢ়ক

সকলো চাওক