মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাই ৮ উইকেটত জয়লাভ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত গৃহদল শ্রীলংকাই ১৬৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ১৮ অভাৰ ৪ টা বলত দুটা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰিবলৈ সমৰ্থ হয় ৷
Site Admin | July 28, 2024 7:52 PM | Asia Cup Final
মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাৰ ৮ উইকেটত জয়লাভ
