মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। প্ৰয়াত দেৱী স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
Site Admin | December 10, 2024 6:50 PM | Akashvani
মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ দেহাৱসান
