ভাৰতৰ ছিমৰন শৰ্মাই জাপানৰ ক’বেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ টি-টুৱেলভ শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে কালি ২৪ দশমিক ৯-৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক হস্তগত কৰাৰ লগতে পেৰালিম্পিকৰ হৈ যোগ্যতা অৰ্জন কৰে। ভাৰতে এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ৬টা সোণসহ মুঠ ১৭টা পদক লাভ কৰে।
Site Admin | May 26, 2024 7:18 PM | world pera athletics
ভাৰতৰ ছিমৰন শৰ্মাৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন
