সমগ্ৰ ৰাষ্ট্ৰই আজি ভগৎ সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰৰ শ্বহীদ দিৱস উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহান বিপ্লৱী ৩ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁলোকক ১৯৩১ চনৰ আজিৰ দিনটোতে লাহোৰৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
Site Admin | March 23, 2025 11:26 AM | bhagat singh | Rajguru | Sukhdev
ভগৎ সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰৰ আজি শ্বহীদ দিৱস
