■ বিশ্ব নাট্য দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়’ নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সন্ধিয়া ৬ বাজি ৪৫ মিনিটত নাটকখন উদ্বোধন কৰিব।
Site Admin | March 27, 2025 11:34 AM | AIR GUWAHATI | Akashvani | Akashvani Guwahati
বিশ্ব নাট্য দিৱস উপলক্ষে সন্ধিয়া ৬.৪৫ বজাত কলাক্ষেত্ৰত ‘ন্যায়’ নামৰ নাটখন মঞ্চস্থ হ’ব
