September 8, 2024 12:06 PM | Tinsukia District

printer

বিধায়ক ৰূপেশ গোৱালাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন

বিধায়ক ৰূপেশ গোৱালাই তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত ৬২ লাখ ৬৩ হাজাৰ টকা ব্যয় বে নির্মাণ কৰিবলগীয়া ৮টা বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচার্যী, পৌৰসভাৰ কার্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমা, উপ-পৌৰপতি মনি দত্ত লগতে আন কেইবাগৰাকীও সমাজকর্মী উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক