ৰাজ্য চৰকাৰে ৰাজ্যখনত বিদ্যুতৰ উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ চলিত বছৰৰ এই পর্যন্ত ৩০০ কোটি টকা বিনিয়োগ কৰি ২৬টা উপ-কেন্দ্ৰ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই উপ-কেন্দ্ৰসমূহে বৰ্তমান আৰু ভৱিষ্যতৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নিৰৱচ্চিন্ন শক্তিযোগান সুনিশ্চিত কৰিব।
Site Admin | October 23, 2024 7:12 PM | CM - Power