বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটৰ সাংসদসকলৰ এখন বৈঠক নতুন দিল্লীত অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছে। বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্দে গোট, আৰু এন ডি এ মিত্ৰজোটৰ অন্য অংশীদাৰ দলৰ নৱ নিৰ্বাচিত সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব।
Site Admin | June 5, 2024 7:37 PM | Meeting
বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ সাংসদৰ বৈঠক অহা শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ সম্ভৱনা
