উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰাখি এই লোক আদালতৰ আয়োজন কৰা হৈছে।
Site Admin | June 18, 2024 8:05 PM | India | LOK ADALOT | Supreme Court | Supreme Court of India
বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন
