July 6, 2024 1:00 PM | NF Railway

printer

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে আজি আৰু কাইলৈ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰিছে। সেই অনুসৰি শিলচৰ-গুৱাহাটী, শিলচৰ-মাইশ্বাছান, মাইশ্বাছান-শিলচৰ, শিলচৰ-ডুলাবচ্চেৰা, শিলচৰ- শ্ৰীবাৰ, শিলচৰ-ভৈৰৱী, শিলচৰ-নিউ তিনিচুকীয়া, বদৰপুৰ-ডুলাবচ্চেৰা, ডুলাবচ্চো-বদৰপুৰ আদি ৰে’লৰ যাত্ৰা বাতিল কৰিছে। কাইলৈও গুৱাহাটী-শিলচৰ, ডুলাবচ্চো-শিলচৰ, ভৈৰৱী-শিলচৰ, নিউ তিনিচুকীয়া-শিলচৰ আদি ৰে’ল যাত্ৰা বাতিল কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক