ডাউনলোড
মোবাইল এপ

android apple
signal

বাংলাদেশত কনিষ্ঠ চিকিৎসকসকলৰ দেশজুৰি সম্পূৰ্ণ কৰ্ম-বিৰতি পালন

বাংলাদেশৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসকসকলে স্বাস্থ্য সেৱা খণ্ডত সংস্কাৰকে ধৰি তেওঁলোকৰ ৫ দফীয়া দাবী পূৰণৰ বাবে সম্পূৰ্ণ কৰ্ম-বিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে। কনিষ্ঠ চিকিৎসকসকলৰ পৰিষদৰ আহ্বানত এই প্ৰতিবাদী কাৰ্য্যসূচী পুৱা ৮ বজাত আৰম্ভ হয়। ইয়াৰ ফলত ৰোগীসকল অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক