ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল বেয়েছ ভালোৰ যুটীটোক ৬-৭, ৬-৩ আৰু ৭-৬ ফলাফলত পৰাজিত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক দশম বাছনিপ্রাপ্ত বেলজিয়ামৰ ছেণ্ডাৰ গিলে আৰু জোবান ভুগেনৰ মুখামুখি হ’ব।
Site Admin | June 4, 2024 11:00 AM | France Open
ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছত ৰোহন বোপান্না-মেথিউ এবডেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
