ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰ আৰু কাষৰীয়া পশ্চিমবংগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত ২২ আগষ্ট পর্যন্ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, ছত্তিছগড়, মধ্যপ্রদেশ, ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ মধ্য ভাগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Site Admin | August 17, 2024 10:51 AM | IMD
পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
