ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপ বলয় উত্তৰ, উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হোৱাৰ আৰু কাইলৈৰ ভিতৰত বাংলাদেশ আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ এলেকাসমূহত গভীৰ নিম্নচাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত ২০ আগষ্ট পর্যন্ত অসম, মেঘালয়, নাগালেও, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ হিমালয় তথা গংগা নৈৰ কাষৰীয়া এলেকাসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Site Admin | August 18, 2024 11:41 AM | IMD Alert
পৰৱৰ্তী ২-৩ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ সম্ভাৱনা
