September 29, 2024 12:05 PM | Piyush Goyal

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতি এক ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিবঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে কেন্দ্ৰৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ আৰু উত্তৰ প্রদেশে ২০৪৭ চনৰ ভিতৰত দেশৰ অৰ্থনীতি ৩৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰিব। গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত উত্তৰ প্ৰদেশ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰদৰ্শনীত এই কথা প্ৰকাশ কৰি কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতি এক ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিব। উত্তৰ শ্ৰী গোৱেলে কয় যে, চৰকাৰে ৰাজ্যসমূহৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নেতৃত্ব, চাহিদা, ভৌগোলিক বিশিষ্টতা আৰু গণতন্ত্ৰক ভেটি হিচাপে লৈ আইন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলাক উদগনি যোগোৱাত অগ্ৰাধিকাৰ দিছে। তেওঁ মেক ইন ইণ্ডিয়াৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে ইয়ে বিশ্ব দৰবাৰত ভাৰতক নিয়োগ আৰু উদ্যোগ সৃষ্টিৰ ক্ষেত্ৰত শক্তিশালী দেশ হিচাপে আগবাঢ়ি অহাত সহায় কৰিব ।

অধিক পঢ়ক

সকলো চাওক