ডাউনলোড
মোবাইল এপ

android apple
signal

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান

পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত বৰককত আজি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৱে ২ হাজাৰ লোকক ভূমিপট্টা প্ৰদান কৰে। পৰিষদৰ এক নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিত ইতিমধ্যে ৪ হাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে। পৰৱৰ্তীয় পৰ্যায়তো ৪ হাজাৰৰো অধিক লোকক ভূমিপট্টা প্ৰদান কৰা হ’ব বুলি কৰ্যবাহী সদস্যগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক