তৃতীয় ৰাষ্ট্ৰীয় ফ্ল’ৰ কাৰ্লিং প্রতিযোগিতা আজি পডুচেৰীৰ ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। কার্লিং ফেডাৰেচন অব ইণ্ডিয়া আৰু কার্লিং পড়ুচেৰীয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পডুচেৰীৰ গৃহমন্ত্রী এ নামশিৱায়মে দুদিনীয়া এই প্ৰতিযোগিতা উদ্বোধন কৰে। এই প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিকিম, হাৰিয়ানা, হিমাচল প্রদেশ, মধ্যপ্রদেশ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাড়ুকে ধৰি ২২ খন ৰাজ্যৰ ৫০০ কৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
Site Admin | October 4, 2024 2:57 PM | 3rd National Floor Curling Championship
পডুচেৰীৰ ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত আৰম্ভ তৃতীয় ৰাষ্ট্ৰীয় ফ্ল’ৰ কাৰ্লিং প্রতিযোগিতা
