প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰী মোদীয়ে মা সুখদায়িনী-মোক্ষদায়িনীয়ে যেন সকলোকে আশীর্বাদ প্ৰদান কৰে, তাৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে এটি গবা গীতো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে।
Site Admin | October 7, 2024 2:28 PM | Modi | narendra modi | PMO India
নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি প্রধানমন্ত্ৰী মোদীয়ে পূজা-অৰ্চনা আগবঢ়ায়
