উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ নিযুক্তিৰ বাবে অতিৰিক্ত ন্যায়াধীশ দুগৰাকীৰ নামত অনুমোদন জনাই ইতিমধ্যে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।
Site Admin | May 19, 2024 1:07 PM | Supreme Court of India
ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তিত উচ্চতম ন্যায়ালয়ৰ অনুমোদন
