ডাউনলোড
মোবাইল এপ

android apple
signal

July 31, 2024 8:05 PM | Nirvaya Fund

printer

নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন

চৰকাৰে নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে, নির্ভয়া পুঁজি গঠন কৰাৰে পৰা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহে প্ৰায় ৫ হাজাৰ কোটি টকা মোকলাই দিছে আৰু ব্যৱহাৰ কৰিছে। এই পৰিমাণ আৱণ্টিত মুঠ ধনৰ প্ৰায় ৭৬ শতাংশ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক