ডাউনলোড
মোবাইল এপ

android apple
signal

February 15, 2025 7:41 PM | PM Bharat Tax 2025

printer

নতুন দিল্লীত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ ভাগ ল’ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। ১৭ ফেব্ৰুৱাৰীত এই প্ৰদৰ্শনীৰ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্ৰী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্যোগ খণ্ডৰ সমগ্ৰ মূল্য শৃংখলা একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক