ডাউনলোড
মোবাইল এপ

android apple
signal

দেশজুৰি কার্যকৰী ফাষ্টটেগৰ নতুন কৰ নীতি

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ’লে নতুবা টেগসমূহ নিশ্চিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ’ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক