দিল্লী আৰক্ষীয়ে দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰখনত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ কৰে। ঘটনা সন্দৰ্ভত এজন বাহন চালককে ধৰি ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোককেইজনে অবৈধ আতচবাজিসমূহ দিল্লী এন চি আৰ অঞ্চললৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
Site Admin | October 13, 2024 9:24 PM | Deepawali | Delhi | Delhi Police
দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰ দিল্লীত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ দিল্লী আৰক্ষীৰ
