ন্যায়াধীশ মনমোহনে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। দিল্লীৰ উপ- ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজ নিৱাসত আয়োজিত এটা অনুষ্ঠানত তেওঁক শপতবাক্য পাঠ কৰোৱাই। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীও অনুষ্ঠানত উপস্থিত থাকে।
Site Admin | September 29, 2024 8:07 PM | Delhi high court
দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মনমোহনৰ শপতগ্ৰহণ
