দিল্লী অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত আজি ভাৰতৰ মুকুণ্ড ছছীকুমাৰে ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি ৰাম কুমাৰ ৰামনাথানে শ্বেকিয়াৰ দালিবৰ চাৰ্চিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | February 11, 2025 3:59 PM | Delhi Open Tennis | Indian Sports
দিল্লী অ’পেন টেনিছৰ পুৰুষৰ ছিংগলছত ভাৰতৰ মুকুণ্ড ছছীকুমাৰৰ ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত
