তামিলনাডুত আজি নিচেই পুৱাতে সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিগৰাকী তীর্থযাত্রী মৃত্যুমুখত পৰে। ৰাজ্যখনৰ ছাটুৰ-কোৱিলপট্টি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটো সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ গৰাকী তীর্থযাত্ৰীক কঢ়িয়াই ইক্কানকুড়ি মন্দিৰ অভিমুখে গৈ এখন গাড়ীক ৰাষ্ট্ৰীয় ঘাইপথটোত এখন ট্রাকে খুন্দা মৰাৰ ফলত ৩ গৰাকী তীর্থযাত্ৰীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আৰক্ষীয়ে ইতিমধ্যে ট্রাক চালকজনক গ্ৰেপ্তাৰ কৰিছে।
Site Admin | August 2, 2024 3:03 PM | Tamilnadu
তামিলনাডুত সংঘটিত এটা পথ দুৰ্ঘটনাত ৩ গৰাকী তীর্থযাত্রী মৃত্যু
