ঝাৰখণ্ড ভ্ৰমণলৈ যোৱা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে আজি পালামুৰৰ দালটোনগঞ্জনত থকা আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ ষ্টুডিঅ’ৰ পৰা পোনপটীয়াভাৱে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ড° মুৰুগানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকাশবাণী আৰু দূৰদৰ্শনৰ জৰিয়তে জনসাধাৰণৰ বাবে উৎকৃষ্ট অনুষ্ঠান প্ৰচাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।
Site Admin | December 25, 2024 6:52 PM | Dr L Murugan
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানৰ ঝাৰখণ্ডৰ আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন
