October 17, 2024 11:08 AM | Badminton

printer

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু চীনৰ হান য়ুৰ সন্মুখীন

অলিম্পিক পদক বিজেতা পি ভি সিন্ধু আজি ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক