ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ

বিশ্ব বেডমিণ্টন ফেডাৰেচনে ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন কৰিছে। এই প্রতিবন্ধকতাৰ বাবে খেলুৱৈগৰাকীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব।

অধিক পঢ়ক

সকলো চাওক