July 2, 2024 6:59 PM | Jharkhand

printer

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক

ঝাৰখণ্ডত ৰাজ্যজুৰি চলি থকা যুটীয়া অভিযানৰ সময়ত ৬ গৰাকী মাওবাদীক আটক কৰা হয়। ইয়াৰে ৪ জন লাটেহাৰ জিলাৰ ঘন জংঘলত, আন এজন ৰাঁচী আৰু খুন্তি জিলাৰ পৰা আটক কৰা হৈছে। ধৃত মাওবাদী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্র, গোলা-বাৰুদ আপত্তিজনক সাহিত্য আদি জব্দ কৰা হৈছে। অন্যহাতে, এজন মাওবাদীয়ে ৰাঁচী আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে।

অধিক পঢ়ক

সকলো চাওক