উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰ ভ্ৰমণ কৰি জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ উপৰি উপ-ৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে আই আই টি কানপুৰতো এটা অনুষ্ঠানত অংশ ল’ব। উপ-ৰাষ্ট্ৰপতিৰ আগমনকলৈ ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
Site Admin | December 1, 2024 12:30 PM | VP Visit
জয়পুৰীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ
