জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আজি এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪ জন আহত হয়। নিহতসকলৰ ভিতৰত এটি কিশোৰো আছে। আমাৰ সংবাদদাতাই জনাইছে যে দুৰ্ঘটনাৰ ফলত ৩ জনে থিতাতে প্ৰাণ হেৰুৱাই আৰু এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।
Site Admin | November 7, 2024 8:31 PM | Accident | Jammu and Kashmir
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু
