June 30, 2024 5:34 PM | Maan ki Baat

printer

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ পুলৱামাৰ পৰা লণ্ডনলৈ প্ৰথমটো খেপ প্ৰেৰণ

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অলপতে পুলৱামাৰ পৰা লণ্ডনলৈ এই মটৰৰ প্ৰথমটো খেপ প্ৰেৰণ কৰা হৈছে। এই সফলতাই জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সমুদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্রধানমন্ত্রীয়ে লগতে # my prouducts my pride ৰ জৰিয়তে এনেধৰণৰ সামগ্ৰীৰ বিৱৰণ আগবঢ়াবলৈ শ্ৰোতাসকলৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক