কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত ভাগ লয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, উপ-ৰাজ্যপাল মনোজ সিনহাকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। বৈঠকত জম্মু-কাশ্মীৰৰ আৰক্ষী, কাৰাগাৰ, আদালত আৰু ফৰেনচিক ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন নতুন বিষয় তথা বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।
Site Admin | February 18, 2025 6:35 PM | Amit Shah J&K Meet
জম্মু-কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠক
