ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে।

ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম দলৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিচালকক আন্তৰিক অভিনন্দন জনাইছে।

অধিক পঢ়ক

সকলো চাওক