চাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জক’ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে। পেৰিছত যোৱা নিশা অনুষ্ঠিত অপেনিং ৰাউণ্ডৰ খেলত পিয়েৰি হিউগছ হাৰবাৰ্টৰ বিৰুদ্ধে খেলি জ’কভিচে জয় লাভ কৰে। দ্বিতীয় ৰাউণ্ডত ৩৭ বছৰীয়া জক’ভিচে স্পেনিয়াৰ্ড ৰবাৰ্ট কাৰ্বালেছ বায়েনাৰ সৈতে মুখামুখি হ’ব। জ’ক’ভিচে এইবাৰ ফ্রেন্স অপেনত অভিলেখ ভংগকাৰী ২৫ সংখ্যক গ্রেও শ্লেম একক জয় কৰাৰ লক্ষ্য লৈছে। উল্লেখযোগ্য যে পূর্বে জ’ক’ভিচে ৰ’লা গেৰোত তিনিবাৰকৈ ট্ৰফী দখল কৰিছে।
Site Admin | May 29, 2024 6:49 PM | Novac Jokovis
চাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জক’ভিচ ফ্রেন্স অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত
