চত্তীশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ টা মাওবাদী নিহত হয়। আজি পুৱা মাড্ডেদ অঞ্চলৰ বাদ্দেপাৰাত সংঘটিত হোৱা সংঘৰ্ষত আৰক্ষীয়ে বিভিন্ন অস্ত্র-শস্ত্রও উদ্ধাৰ কৰে।
Site Admin | May 29, 2024 6:39 PM | Maoists Killed
চত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ মাওবাদী নিহত
