ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ’বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব। ১২ দিনীয়া এই অনুশীলনৰ অহা ১১ এপ্ৰিলত অন্ত পৰিব। ভাৰতীয় বায়ুসেনাৰ দলত সুখই-৩০, আই এল-৭৮ আৰু চি-১৭ বিমান আছে। এই অনুশীলনৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ ক্ষমতা শক্তিশালী হ’ব আৰু অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধি পাব।
Site Admin | March 31, 2025 11:37 AM | Indian Navy at Greece
গ্ৰীচত হ’বলগীয়া বহুদেশীয় বায়ু অনুশীলনত ভাৰতীয় বায়ুসেনাৰ অংশগ্ৰহণ
